ধুবুৰীৰ বিলাসীপাৰাৰ সেই ভয়ংকৰ দুৰ্ঘটনাৰ পিছৰ দৃশ্য

ধুবুৰী জিলাৰ বিলাসীপাৰাত ভয়ংকৰ ঘটনা। দুখন ট্ৰাক আৰু এখন বাইকৰ মাজত সংঘৰ্ষৰ ফলত দুজনৰ মৃত্যু। চুৰি চক্ৰৰ সন্দেহত এখন ট্ৰাকলৈ খেদি খেদি গুলীচালনা কৰিছিল আৰক্ষীয়ে। সেই সময়তে ট্ৰাকখনে খুন্দা মাৰে আন এখন ট্ৰাক আৰু এখন বাইকত। ট্ৰাকৰ খুন্দাত দ খাৱৈত পৰেগৈ বাইকখনত থকা দুজন।

News18-Assam
Updated:August 3, 2019, 5:32 PM IST
News18-Assam
Updated: August 3, 2019, 5:32 PM IST
আৰু চাওক পৰৱৰ্তী বাতৰি