দীৰ্ঘদিন ধৰি বহুকেইজন দালালে কামপুৰ চক্ৰ বিষয়া কৰ্যালয়ত দুখীয়া ৰাইজৰ মাটি–বাৰীৰ বিভিন্ন কামত দালালি কৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।
দীৰ্ঘদিন ধৰি বহুকেইজন দালালে কামপুৰ চক্ৰ বিষয়া কৰ্যালয়ত দুখীয়া ৰাইজৰ মাটি–বাৰীৰ বিভিন্ন কামত দালালি কৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো তীব্ৰতৰ হৈছে দালাল বিৰোধী অভিযান। নগাঁও আৰক্ষীয়ে জিলাখনৰ কামপুৰতো অভিযান চলাই আটক কৰিলে দুজনকৈ মাটিৰ দালালক ৷ ধৃত দালাল দুটা হৈছে চন্দ্ৰ কান্ত বৰা আৰু নিতু বৰা৷
দীৰ্ঘদিন ধৰি বহুকেইজন দালালে কামপুৰ চক্ৰ বিষয়া কৰ্যালয়ত দুখীয়া ৰাইজৰ মাটি–বাৰীৰ বিভিন্ন কামত দালালি কৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰক্ষীয়ে দুজনক আটক কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও কামপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দালালি কৰা বহু দালাল আৰক্ষীৰ পৰা পলায়ন কৰি আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|