দুধনৈত ভয়ংকৰ দুৰ্ঘটনা, অজ্ঞাত বাহনৰ খুন্দাত প্ৰাণ গ’ল দুই বাইক আৰোহীৰ

News18 Assam | News18-Assam
Updated:February 14, 2020, 10:19 AM IST
দুধনৈত ভয়ংকৰ দুৰ্ঘটনা, অজ্ঞাত বাহনৰ খুন্দাত প্ৰাণ গ’ল দুই বাইক আৰোহীৰ
দুধনৈৰ আমজোঙাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুধনৈৰ আমজোঙাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

  • News18 Assam
  • Last Updated: February 14, 2020, 10:19 AM IST
  • Share this:
গোৱালপাৰা জিলাৰ দুধনৈত ভয়ংকৰ দুৰ্ঘটনা। অজ্ঞাত বাহনৰ খুন্দাত থিতাতে নিহত হয় দুই বাইক আৰোহী। দুধনৈৰ আমজোঙাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিহত দুজন হৰি মালো আৰু অখিল ঘোষ বুলি চিনাক্ত কৰা হৈছে। দুয়োজনৰে ঘৰ কৃষ্ণাইৰ মোলানডুবিত।
First published: February 14, 2020, 10:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading