বিশ্বনাথৰ বিহালীত ভয়ংকৰ দুৰ্ঘটনা, দ্ৰুতবেগী স্কৰপিঅ’ৰ খুন্দাত নিহত দুজন

News18-Assam
Updated:November 18, 2019, 7:26 AM IST
বিশ্বনাথৰ বিহালীত ভয়ংকৰ দুৰ্ঘটনা, দ্ৰুতবেগী স্কৰপিঅ’ৰ খুন্দাত নিহত দুজন
নিহত লোক দুজন মোনাবাৰীৰ দীপক মুণ্ডা আৰু নিউ লাইনৰ হোপনেছ সিং।

নিহত লোক দুজন মোনাবাৰীৰ দীপক মুণ্ডা আৰু নিউ লাইনৰ হোপনেছ সিং।

  • Share this:
বিশ্বনাথৰ বিহালীৰ বিহুপুখুৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী স্কৰপিঅ’ বাহনৰ খুন্দাত থিতাতে নিহত হয় দুজন লোক। নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। বিশ্বনাথৰ পৰা অৰুণাচল অভিমুখী আছিল স্কৰপিঅ’খন। নিহত লোক দুজন মোনাবাৰীৰ দীপক মুণ্ডা আৰু নিউ লাইনৰ হোপনেছ সিং।
আৰু চাওক
পৰৱৰ্তী বাতৰি