• Home
  • »
  • News
  • »
  • assam
  • »
  • গোলকগঞ্জত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ই–ৰিক্সা, থিতাতে নিহত দুজন

গোলকগঞ্জত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ই–ৰিক্সা, থিতাতে নিহত দুজন

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এন এল - ০২ কে ৬৯০৮। নিহত এজনৰ নাম ছবিয়াল বেপাৰী বুলি জানিব পৰা গৈছে।

  • Share this:
গোলকগঞ্জৰ টাইবান্ধত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকে মহটীয়াই নিলে ই-ৰিক্সা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহত লোকজনক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰে ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এন এল - ০২ কে ৬৯০৮। নিহত এজনৰ নাম ছবিয়াল বেপাৰী বুলি জানিব পৰা গৈছে। ঘৰ হালাকুৰাৰ আটঘৰিটাৰীত। আন জনৰ নাম আজিজুল শ্বেখ, ঘৰ হালাকুৰাৰ আটঘৰিটাৰীত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি