মুখ্যপৃষ্ঠা »খবৰ »অসম »Darrang Accident | দৰঙৰ ধুলাত ভয়ংকৰ পথ দুৰ্ঘটনা, বলেন’ বাহনত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী ট্ৰাকৰ, থিতাতে মৃত্যু দুজনৰ

Darrang Accident | দৰঙৰ ধুলাত ভয়ংকৰ পথ দুৰ্ঘটনা, বলেন’ বাহনত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী ট্ৰাকৰ, থিতাতে মৃত্যু দুজনৰ

দুৰ্ঘটনাত চূৰ্ণ–বিচূৰ্ণ হৈ পৰা বলেন’ বাহনখন

দুৰ্ঘটনাত চূৰ্ণ–বিচূৰ্ণ হৈ পৰা বলেন’ বাহনখন

দুৰ্ঘটনাগ্ৰস্ত বলেন’ বাহনখনৰ নম্বৰ AS01DY3700। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 35 1707। দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে।

  • Share this:
দৰঙৰ ধুলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন লোকতৰ। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন বলেন’ বাহনক। যাৰ ফলত বলেন’খনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত বলেন’ বাহনখনৰ নম্বৰ AS01DY3700। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 35 1707। দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে। জানিব পৰা হোৱা নাই মৃত লোক দুজনৰ পৰিচয়।

শেহতীয়া বাতৰি