• Home
  • »
  • News
  • »
  • assam
  • »
  • NAGAON : নগাঁও আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

NAGAON : নগাঁও আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

দেওবাৰে পুৱতিনিশা বাইপাছত সংঘটিত কৰিছিল লোমহৰ্ষক ডকাইতি।

দেওবাৰে পুৱতিনিশা বাইপাছত সংঘটিত কৰিছিল লোমহৰ্ষক ডকাইতি।

দেওবাৰে পুৱতিনিশা বাইপাছত সংঘটিত কৰিছিল লোমহৰ্ষক ডকাইতি।

  • Share this:
নগাঁও আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত। আৰক্ষীৰ জালত পৰা দুই ডকাইত হৈছে উৰিয়াগাঁৱৰ দীপ বণিয়া আৰু পলাশ জমিদাৰ। দেওবাৰে পুৱতিনিশা বাইপাছত সংঘটিত কৰিছিল লোমহৰ্ষক ডকাইতি।

নগাঁও বাইপাছত ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰিছিল দুয়োগৰাকীয়ে। চামগুৰিৰ এজন যুৱকক আক্ৰমণ কৰি লুটিছিল ধন। মৰিকলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন ডকাইতক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি