হৃদয়হীন পিতৃৰ নিষ্ঠুৰ কাণ্ড, নগাঁৱত পথৰ দাঁতিত পিতৃয়ে এৰি গ’ল দুই কণমানিক

স্থানীয় লোকে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে কান্দি থকা প্ৰত্যক্ষ কৰে শিশু দুটিক।

news18assam
Updated:July 9, 2019, 11:27 AM IST
হৃদয়হীন পিতৃৰ নিষ্ঠুৰ কাণ্ড, নগাঁৱত পথৰ দাঁতিত পিতৃয়ে এৰি গ’ল দুই কণমানিক
স্থানীয় লোকে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে কান্দি থকা প্ৰত্যক্ষ কৰে শিশু দুটিক।
news18assam
Updated: July 9, 2019, 11:27 AM IST
নগাঁৱৰ উৰিয়াগাঁও চ’কত উদ্ধাৰ দুটি কণমানি শিশু। হৃদয়হীন পিতৃয়ে এৰি যায় শিশু দুটিক। পুৱা স্থানীয় লোকে কান্দি থকা অৱস্থাত উদ্ধাৰ কৰে কণমানি দুটিক। বৰষুণত তিতি–বুৰি কান্দি আছিল শিশু দুটিয়ে। শিশু দুটিয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ দেউতাকৰ নাম কিৰণ কৰ্মকাৰ আৰু ঘৰ বাগৰিত।

স্থানীয় লোকে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে কান্দি থকা প্ৰত্যক্ষ কৰে শিশু দুটিক। উদ্ধাৰ হোৱা শিশু দুটিৰ নাম চনম কৰ্মকাৰ আৰু ৰাতুল কৰ্মকাৰ। বৰ্তমান শিশু দুটিৰ দায়িত্ব লৈছে এগৰাকী মহিলাই।
আৰু চাওক পৰৱৰ্তী বাতৰি