লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই ভাতৃৰ, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ

গাড়ীখনত অহা তিনিজনৰ আন এজন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:November 1, 2019, 11:26 AM IST
লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই ভাতৃৰ, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ
গাড়ীখনত অহা তিনিজনৰ আন এজন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: November 1, 2019, 11:26 AM IST
লখিমপুৰৰ নাৰায়ণপুৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুই ভাতৃ। নিয়ন্ত্ৰণ হেৰুৱাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এডাল গছত খুন্দিয়াই খাৱৈত বাগৰি পৰে এখন ছুইফ্ট ডিজায়াৰ। নিহত দুই ভাতৃৰ নাম দেৱজিৎ বৰা আৰু কৌশিক বৰা। দুয়োৰে ঘৰ বৰপথাৰত বুলি জানিব পৰা গৈছে। পুৱা SDRFৰ দলে খাৱৈৰ পৰা উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। আনহাতে, গাড়ীখনত অহা তিনিজনৰ আন এজন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি