অসমীয়া যুৱতীৰ ফটো এডিট কৰি অশ্লীল ৰূপ দি ফেচবুকত কৰিছিল ভাইৰেল, পাণবজাৰ মহিলা আৰক্ষীৰ জালত দুই লম্পট

News18 Assam | News18-Assam
Updated:June 29, 2020, 3:44 PM IST
অসমীয়া যুৱতীৰ ফটো এডিট কৰি অশ্লীল ৰূপ দি ফেচবুকত কৰিছিল ভাইৰেল, পাণবজাৰ মহিলা আৰক্ষীৰ জালত দুই লম্পট
কালিচৰণ শৰণীয়া আৰু সমৰ সিং ৰাভা নামৰ লম্পট দুটাই বহু দিনৰ পৰা এনেদৰে ফটো অশ্লীল ৰূপ দি বহু যুৱতীক হাৰাশাস্তি কৰি আহিছিল।

কালিচৰণ শৰণীয়া আৰু সমৰ সিং ৰাভা নামৰ লম্পট দুটাই বহু দিনৰ পৰা এনেদৰে ফটো অশ্লীল ৰূপ দি বহু যুৱতীক হাৰাশাস্তি কৰি আহিছিল।

  • Share this:
পাণবজাৰ মহিলা আৰক্ষীৰ জালত দুই  লম্পট। অসমীয়া যুৱতীৰ ফটো এডিট কৰি অশ্লীল ৰূপ দি ফেচবুকত ভাইৰেল কৰিছিল এই দুই যুৱকে। তাৰ পিছতে যুৱতীৰ পৰা ধন বিচাৰি ব্লেকমাইল কৰি আহিছিল এই যুৱক দুজনে। কিছুদিন পূৰ্বে গুৱাহাটীৰ এগৰাকী যুৱতীৰ ফটো অশ্লীল ৰূপ দি ধন দাবী কৰাত যুৱতীগৰাকীয়ে পাণবজাৰ থানাত ২৬ জুনত ৰুজু কৰে এটা গোচৰ। উক্ত গোচৰৰ ভিত্তিত পাণবজাৰ থানাৰ SI পল্লৱী শইকীয়াসহ এটা দলে বঙাইগাঁও আৰু বাক্সাৰ পৰা গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক।

কালিচৰণ শৰণীয়া আৰু সমৰ সিং ৰাভা নামৰ লম্পট দুটাই বহু দিনৰ পৰা এনেদৰে ফটো অশ্লীল ৰূপ দি বহু যুৱতীক হাৰাশাস্তি কৰি আহিছিল। অৱশেষত মহানগৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰি পাণবাজাৰলৈ লৈ এনে দুই অভিযুক্তক।
First published: June 29, 2020, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading