ৰবি শৰ্মাৰ পত্নী তথা অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শনীয়ে যোগদান কৰিলে বিজেপিত

বিজেপিত যোগদান কৰিলে সংগীত পৰিচালক অহিৰ ভৈৰৱ, অভিনেতা উদয় শংকৰ ভূঞা সহ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে

News18-Assam
Updated:August 27, 2019, 2:06 PM IST
ৰবি শৰ্মাৰ পত্নী তথা অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শনীয়ে যোগদান কৰিলে বিজেপিত
বিজেপিত যোগদান কৰিলে সংগীত পৰিচালক অহিৰ ভৈৰৱ, অভিনেতা উদয় শংকৰ ভূঞা সহ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে
News18-Assam
Updated: August 27, 2019, 2:06 PM IST
এতিয়া বিজেপিৰ ভাল দিন! ক্ষমতা বা আদৰ্শ যিয়ে নহওক লাগিলে, এতিয়া সকলো আকৃষ্ট হৈছে বিজেপি দলৰ প্ৰতি।অসমীয়া চিনেমা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী সকলো যেন ইয়াৰ ব্যতিক্ৰম নহয়। অভিনেতা ৰবি শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছত মঙলবাৰে দলটোত যোগদান কৰে অভিনেতা ৰবিৰ পত্নী তথা অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শনীয়ে।

মঙলবাৰে অভিনেত্ৰী মৈত্ৰেয়ীৰ সৈতে বিজেপিত যোগদান কৰে সংগীত পৰিচালক অহিৰ ভৈৰৱ, অভিনেতা উদয় শংকৰ ভূঞাকে দৰি বহুকেইজন শিল্পীয়ে।

গোৰ্খা উন্নয়ণ পৰিষদ, শৰণীয়া কছাৰী উন্নয়ণ পৰিষদ বহুকেইজন আছু সদস্যইয়ো মঙলবাৰে গেৰুৱা দলটোত যোগদান কৰে। সেইদৰে  মদাহি  পৰিষদ, বৰ্মন ডিমাছা কছাৰী উন্নয়ণ পৰিষদ ST উন্নয়ণ পৰিষদৰ নেতা-সদস্যৰো বিজেপিত যোগদান।

নাথ যোগী উন্নয়ণ পৰিষদৰ পৰাও একাংশই যোগদান কৰে বিজেপিত। বিজেপিত যোগদান কৰে সুত উন্নয়ণ পৰিষদৰ বহু সদস্যয়ো।
আৰু চাওক পৰৱৰ্তী বাতৰি