দক্ষিণ কামৰূপত তিনি তালাক! শিক্ষক পিতৃৰ হেঁচাত পত্নীক তালাক

ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ছয়গাঁও আৰক্ষী থানাত।

News18-Assam
Updated:August 14, 2019, 10:45 AM IST
দক্ষিণ কামৰূপত তিনি তালাক! শিক্ষক পিতৃৰ হেঁচাত পত্নীক তালাক
ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ছয়গাঁও আৰক্ষী থানাত।
News18-Assam
Updated: August 14, 2019, 10:45 AM IST
দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে তিনি তালাকৰ ঘটনা। পিতৃৰ হেঁচাত পুত্ৰই তালাক দিলে পত্নীক। হাছমত আলী নামৰ শিক্ষকজনে পুত্ৰ জয়নাল আবেদিনক পত্নীক তালাক দিবলৈ হেঁচা প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ছয়গাঁও আৰক্ষী থানাত। ৭৫৩/১৯ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে ছয়গাঁও থানাত। ছয়গাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গৰৈমাৰী অঞ্চলত।
আৰু চাওক পৰৱৰ্তী বাতৰি