• Home
  • »
  • News
  • »
  • assam
  • »
  • Kishor Das : জ্যোতি চিত্ৰবনত অভিনেতা কিশোৰ দাসলৈ শ্ৰদ্ধাঞ্জলি, ৰবি শৰ্মাই স্মৃতিত ৰোপণ কৰিলে গছপুলি

Kishor Das : জ্যোতি চিত্ৰবনত অভিনেতা কিশোৰ দাসলৈ শ্ৰদ্ধাঞ্জলি, ৰবি শৰ্মাই স্মৃতিত ৰোপণ কৰিলে গছপুলি

অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷

অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷

অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷

  • Share this:
চলচ্চিত্ৰ সমাজ অসমৰ উদ্যোগত জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰা হয় অভিনেতা কিশোৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

কালি চেন্নাই হাস্পতালত মৃত্যুবৰণ কৰা উদীয়মান অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অভিনেতা ৰবি শৰ্মা, শ্যামন্তিকা শৰ্মা,  সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ, কনিষ্ঠ অভিনেতা-অভিনেত্ৰী।

জ্যোতি চিত্ৰবনত অভিনেতা কিশোৰ দাসৰ (Actor Kishor Das) স্মৃতিত গছপুলি ৰোপণ কৰে অভিনেতা ৰবি শৰ্মাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি