অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷
অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷
চলচ্চিত্ৰ সমাজ অসমৰ উদ্যোগত জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰা হয় অভিনেতা কিশোৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
কালি চেন্নাই হাস্পতালত মৃত্যুবৰণ কৰা উদীয়মান অভিনেতাগৰাকীৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সহকৰ্মী অভিনেতা-অভিনেত্ৰীসকল ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অভিনেতা ৰবি শৰ্মা, শ্যামন্তিকা শৰ্মা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ, কনিষ্ঠ অভিনেতা-অভিনেত্ৰী।
জ্যোতি চিত্ৰবনত অভিনেতা কিশোৰ দাসৰ (Actor Kishor Das) স্মৃতিত গছপুলি ৰোপণ কৰে অভিনেতা ৰবি শৰ্মাই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|