মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নন্দিতালৈ শ্ৰদ্ধাঞ্জলি! অকালতে হেৰাই যোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই বিজনীত বন্তি প্ৰজ্বলন

নন্দিতালৈ শ্ৰদ্ধাঞ্জলি! অকালতে হেৰাই যোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই বিজনীত বন্তি প্ৰজ্বলন

News18 Assam | News18-Assam
Updated:August 26, 2021, 10:13 AM IST
নন্দিতালৈ শ্ৰদ্ধাঞ্জলি! অকালতে হেৰাই যোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই বিজনীত বন্তি প্ৰজ্বলন
ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতাই অকালতে মৃত্যুক সাবটি ল'বলগীয়া হোৱা ঘটনাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতাই অকালতে মৃত্যুক সাবটি ল'বলগীয়া হোৱা ঘটনাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

  • Share this:
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই। ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে। অতি নাৰকীয় ঘটনাৰ বলি হৈ ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতাই অকালতে মৃত্যুক সাবটি ল'বলগীয়া হোৱা ঘটনাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

ইয়াৰ মাজতে বুধবাৰে সন্ধিয়া বিজনীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন SSD ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। সংস্থাটোৱে ছাত্ৰীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ৩০ গচি বন্তি প্ৰজ্বলন কৰে। সংস্থাটোৰ সম্পাদক পংকজ কলিতাই নন্দিতা শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে সদস্যসকলে একোগচিকৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়।
Published by: Sanjay Kumar Das
First published: August 26, 2021, 9:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি