உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰষুণৰ মাজতে কৰিমগঞ্জত অঘটন ! অটোৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, চালকৰ মৃত্য়ু ...

    বৰষুণৰ মাজতে কৰিমগঞ্জত অঘটন ! অটোৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, চালকৰ মৃত্য়ু ...

    কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত অঘটন। হঠাতে এখন অটো-ৰিক্সাৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ।

    কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত অঘটন। হঠাতে এখন অটো-ৰিক্সাৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ।

    কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত অঘটন। হঠাতে এখন অটো-ৰিক্সাৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ।

    • Share this:
    কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত অঘটন। হঠাতে এখন অটো-ৰিক্সাৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। এই ঘটনাৰ ফলত অটোখনৰ ক্ষতি হোৱাৰ লগতে চালকসহ তিনিজন লোক আহত হয়। আহতসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অটোৰ চালকজনৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
    Published by:Kokil Sarma
    First published: