• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰিমগঞ্জত অটো ৰিক্সাৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, এজন নিহত

কৰিমগঞ্জত অটো ৰিক্সাৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, এজন নিহত

কৰিমগঞ্জ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা।

কৰিমগঞ্জ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা।

কৰিমগঞ্জ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা।

  • Share this:
কৰিমগঞ্জত কৰুণ ঘটনা। অটো ৰিক্সাৰ ওপৰত বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ। কৰিমগঞ্জ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা। এই ঘটনাত অটো ৰিক্সাখনৰ চালকসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয়। পিছত হাস্পতালত মৃত্যু হয় চালকজনৰ।
Published by:Sanjay Kumar Das
First published: