• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰিবহনৰ কৰ্মচাৰীক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড, ২০১৫ চনত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল কৰ্মচাৰীজন

পৰিবহনৰ কৰ্মচাৰীক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড, ২০১৫ চনত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল কৰ্মচাৰীজন

২০১৫ চনত গ্ৰেপ্তাৰ হৈছিল তালুকদাৰ।গাড়ীৰ পাৰ্মিট দিয়াৰ বাবদ ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল দেৱেশ্বৰ।

২০১৫ চনত গ্ৰেপ্তাৰ হৈছিল তালুকদাৰ।গাড়ীৰ পাৰ্মিট দিয়াৰ বাবদ ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল দেৱেশ্বৰ।

২০১৫ চনত গ্ৰেপ্তাৰ হৈছিল তালুকদাৰ।গাড়ীৰ পাৰ্মিট দিয়াৰ বাবদ ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল দেৱেশ্বৰ।

  • Share this:
পৰিবহনৰ কৰ্মচাৰীক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড। উচ্চবৰ্গৰ সহায়ক দেৱেশ্বৰ তালুকদাৰক কাৰাদণ্ড। বিশেষ ন্যায়াধীশৰ আদালতে দিলে ৰায়। ২০১৫ চনত গ্ৰেপ্তাৰ হৈছিল তালুকদাৰ।গাড়ীৰ পাৰ্মিট দিয়াৰ বাবদ ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল দেৱেশ্বৰ। V&AC য়ে তেওঁক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল।
Published by:Sanjay Kumar Das
First published: