মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীত পৰিবহণ বিভাগৰ অভিযান, হেলমেট নিপিন্ধাকৈ সন্তানক স্কুললৈ নিয়া অভিভাৱককো জৰিমনা

মহানগৰীত পৰিবহণ বিভাগৰ অভিযান, হেলমেট নিপিন্ধাকৈ সন্তানক স্কুললৈ নিয়া অভিভাৱককো জৰিমনা

জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিল এই অভিযান।

জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিল এই অভিযান।

জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিল এই অভিযান।

  • Share this:
    মহানগৰীত আজি পুৱাৰে পৰা পুনৰ চলিছে পৰিবহণ বিভাগৰ অভিযান। যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে জয়ানগৰ চাৰিআলিত পৰিবহণ বিভাগে চলালে তালাচী। হেলমেট নিপিন্ধাকৈ সন্তানক বিদ্যালয়ত থবলৈ যোৱা অভিভাৱককো জৰিমনা বিহিলে পৰিবহণ বিভাগে। জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিল এই অভিযান।

    উল্লেখযোগ্য যে নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছতে ৰাজ্যজুৰি যান–বাহন আৰক্ষীয়ে চলাইছিল অভিযান। আইন উলংঘা কৰা লোকক বিহা হৈছিল নতুন আইন অনুসৰি জৰিমনা। পূৰ্বৰ তুলনাত ১০ গুণ অধিক জৰিমনা ভৰিবলগীয়া হয় আইন উলংঘাকাৰীয়ে।

    এয়াও পঢ়ক : কিশোৰীক জীৱন্তে জ্বলাই দিয়া ১৬ জনক মৃত্যুদণ্ড

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি