• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত হঠাৎ ৰৈ গ’ল এখন ৰে’ল, ব্যাহত যাতায়াত, ৰে’লৰ তলেৰে পাৰ হ’ল পথচাৰী

হোজাইত হঠাৎ ৰৈ গ’ল এখন ৰে’ল, ব্যাহত যাতায়াত, ৰে’লৰ তলেৰে পাৰ হ’ল পথচাৰী

ক্ৰছিং গেটত ৰে’লখন আবদ্ধ হৈ থকাত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থাও। ফলত কিছু লোকে ৰে’লৰ ওপৰেৰে নতুবা ৰে’লৰ তলেৰে বিপদসংকুল অৱস্থাত চাইকেল লৈ পাৰ হোৱাও দেখা যায়।

  • Share this:
হোজাইত চলন্ত অৱস্থাত বিকল হ’ল ৰে’লৰ ইঞ্জিন। নিশা উজনিমুৱা তেল কঢ়িওৱা এখন ৰ’লৰ ইঞ্জিন বিকল হোৱাত সৃষ্টি হয় চাঞ্চল‍্যৰ। এক নং ক্র’ছিং গেটত ৰে’লখনৰ ইঞ্জিন বিকল হোৱাত কেইবাঘণ্টা আবদ্ধ হৈ পৰে ৰে’লখন।

ইপিনে, ক্ৰছিং গেটত ৰে’লখন আবদ্ধ হৈ থকাত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থাও। ফলত কিছু লোকে ৰে’লৰ ওপৰেৰে নতুবা ৰে’লৰ তলেৰে বিপদসংকুল অৱস্থাত চাইকেল লৈ পাৰ হোৱাও দেখা যায়। গভীৰ নিশালৈকে ৰে’লখন আদবাটত আবদ্ধ হৈ থকাত আন এটা ইঞ্জিন আহি পোৱাৰ পিছত ৰে’লখনে গন্তব্য স্থানলৈ যাত্ৰা কৰে।
Published by:Sanjay Kumar Das
First published: