• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰুণ ঘটনা! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক

কৰুণ ঘটনা! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো৷

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো৷

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো৷

  • Share this:
গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে কৰুণ ঘটনাটো৷ ৰে’লৰ খুন্দাত নিহত ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫)৷

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷ নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ হোৱাৰ কথা গম নপোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি