• Home
  • »
  • News
  • »
  • assam
  • »
  • Accident In Nagaon : নগাঁওত ভয়ংকৰ দুৰ্ঘটনা, ৰে'লে মহটিয়াই নিলে ছুইফট, থিতাতে নিহত ৩

Accident In Nagaon : নগাঁওত ভয়ংকৰ দুৰ্ঘটনা, ৰে'লে মহটিয়াই নিলে ছুইফট, থিতাতে নিহত ৩

কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন আছিল একেটা পৰিয়ালৰ।

কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন আছিল একেটা পৰিয়ালৰ।

কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন আছিল একেটা পৰিয়ালৰ।

  • Share this:
নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনা। পুৰণিগুদামৰ বিষয়াচুকত ৰে'ল লাইন পাৰ হ'বলৈ ধৰা অৱস্থাত ৰে'লে মহটিয়াই নিয়ে এখন ছুইফট বাহন। দুৰ্ঘটনাটো ৰে’৸ল ইঞ্জিনৰ সৈতে হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত ছুইফটখনত থকা তিনিগৰাকী লোক থিতাতে নিহত হয়। তেওঁলোক একেটা পৰিয়ালৰ সদস্য বুলি তথ্যত প্ৰকাশ। কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন ক্ৰমে চন্দন কলিতা, লিলিমাই দেৱী কলিতা আৰু নীলাভ নয়ন কলিতা।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি