
কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন আছিল একেটা পৰিয়ালৰ।
কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন আছিল একেটা পৰিয়ালৰ।
নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনা। পুৰণিগুদামৰ বিষয়াচুকত ৰে'ল লাইন পাৰ হ'বলৈ ধৰা অৱস্থাত ৰে'লে মহটিয়াই নিয়ে এখন ছুইফট বাহন। দুৰ্ঘটনাটো ৰে’৸ল ইঞ্জিনৰ সৈতে হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত ছুইফটখনত থকা তিনিগৰাকী লোক থিতাতে নিহত হয়। তেওঁলোক একেটা পৰিয়ালৰ সদস্য বুলি তথ্যত প্ৰকাশ। কৰুণ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোককেইজন ক্ৰমে চন্দন কলিতা, লিলিমাই দেৱী কলিতা আৰু নীলাভ নয়ন কলিতা।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|