নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৭টাকৈ ডবা লাইনচ্যুত

News18 Assam | News18-Assam
Updated:December 8, 2019, 8:55 AM IST
নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৭টাকৈ ডবা লাইনচ্যুত
উক্ত ৰে’লপথটোৰে অহা ৫ দিনলৈ বন্ধ থাকিব উজনিমুৱা–নামনিমুৱা ৰে’লৰ চলাচল চলাচল।

উক্ত ৰে’লপথটোৰে অহা ৫ দিনলৈ বন্ধ থাকিব উজনিমুৱা–নামনিমুৱা ৰে’লৰ চলাচল চলাচল।

  • Share this:
নাহৰকটীয়াত ৰে’ল দুৰ্ঘটনা। নাহৰকটীয়াৰ বাহধাৰীত লাইনচুত্য হ’ল নামনিমুৱা এখন মালবাহী ৰে’ল। ৰে’ললাইনৰ পৰা বাগৰি পৰে ৭টাকৈ ডবা। দাইলভৰ্তি আছিল মালবাহী ৰে’লখন। এই দুৰ্ঘটনাৰ ফলত উক্ত ৰে’লপথটোৰে অহা ৫ দিনলৈ বন্ধ থাকিব উজনিমুৱা–নামনিমুৱা ৰে’লৰ চলাচল চলাচল। পুৱতিনিশা সংঘটিত হয় এই দুৰ্ঘটনাটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি