মহালয়াৰ পুৱাই তিনিচুকীয়াত অঘটন,দ্ৰুতবেগী ইনভাই মহতিয়ালে ১০ গৰাকী লোকক

থিতাতে নিহত দুজন লোক

News18-Assam
Updated:September 28, 2019, 10:31 AM IST
মহালয়াৰ পুৱাই তিনিচুকীয়াত অঘটন,দ্ৰুতবেগী ইনভাই মহতিয়ালে ১০ গৰাকী লোকক
থিতাতে নিহত দুজন লোক
News18-Assam
Updated: September 28, 2019, 10:31 AM IST
মহালয়াৰ পুৱাই তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ দূৰ্ঘটনা। পুৱা এখন  দ্ৰুতবেগী ইনভাই মহতিয়াই নিলে ১০ গৰাকী লোকক। ঘটনাৰ ফলত থিতাতে নিহত হয় দুগৰাকী লোক। গুৰুতৰভাৱে আহত ৮ জন লোক। আহত সকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS03 H 2223।
আৰু চাওক পৰৱৰ্তী বাতৰি