உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বকলীয়াঘাটত শোকাৱহ পথ দুৰ্ঘটনা, বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা

    বকলীয়াঘাটত শোকাৱহ পথ দুৰ্ঘটনা, বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা

    বকলীয়াঘাটৰ নাম বকলীয়াত শোকাৱহ পথ দুৰ্ঘটনা।

    বকলীয়াঘাটৰ নাম বকলীয়াত শোকাৱহ পথ দুৰ্ঘটনা।

    বকলীয়াঘাটৰ নাম বকলীয়াত শোকাৱহ পথ দুৰ্ঘটনা।

    • Share this:

    • বকলীয়াঘাটৰ নাম বকলীয়াত শোকাৱহ পথ দুৰ্ঘটনা।

    • থিতাতে নিহত এগৰাকী মহিলা।

    • বাজাজ প্লেটিনা বাইকৰ খুন্দাত নিহত মহিলাগৰাকী।

    • দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS 09 F 9447।

    • নিহত মহিলাগৰাকী বকলীয়াঘাট শিলপোতাৰ কাছৰ ফাংছʼপী (65)।

    • মটৰচাইকেল আৰোহী ৰোহিত চৌহান গুৰুতৰভাৱে আহত।

    • আহত ৰোহিতক বকলীয়াঘাট সামূহিক চিকিৎসালয়ত ভৰ্তি।

    Published by:Himangshu Bhuyan
    First published: