শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা বাছ দুৰ্ঘটনাত পতিত, থিতাতে নিহত এজন

News18 Assam | News18-Assam
Updated:February 5, 2020, 4:02 PM IST
শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যোৱা বাছ দুৰ্ঘটনাত পতিত, থিতাতে নিহত এজন
বাইক আৰু বাছৰ মাজত হয় সংঘৰ্ষ

বাইক আৰু বাছৰ মাজত হয় সংঘৰ্ষ

  • Share this:
জাগীৰোডৰ টোপাতলীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। বোকাখাতত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ গৈ থকা অৱস্থাত  এএছ ২০/১৪৩৭ নম্বৰৰ ASTCৰ বাছ দুৰ্ঘটনাত পতিত হয় ।

অধিৱেশনলৈ গৈ থকা অৱস্থাত  AS20-1437 নম্বৰৰ ASTC বাছ খনে পিছফালৰ পৰা খুন্দা মাৰে এখন বাইকত ৷ দুৰ্ঘটনাৰ ফলত  কমল বড়ো (৪১) নামৰ বাইক আৰোহীজন থিতাতে নিহত হয়। ঘটনাত গুৰুতৰ ভাবে আহত হোৱা কমল বড়োৰ পত্নী প্ৰিয়ংকা বড়োক (৩৫) সংকট জনক অৱস্থাত  গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি