মিউজিক স্পীকাৰত আনিছিল লুকুৱাই! ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল ডি জে ব্ৰাহ্মিণ

News18 Assam | News18-Assam
Updated:November 21, 2020, 8:36 PM IST
মিউজিক স্পীকাৰত আনিছিল লুকুৱাই! ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল ডি জে ব্ৰাহ্মিণ
নৈশ বাছত গোপণে ডি জে ব্ৰাহ্মিণে কঢ়িয়াইছিল ড্ৰাগছ।

নৈশ বাছত গোপণে ডি জে ব্ৰাহ্মিণে কঢ়িয়াইছিল ড্ৰাগছ।

  • Share this:
ড্ৰাগছ সৰবৰাহ কৰি এতিয়া আৰক্ষীৰ জালত ডি জে ব্ৰাহ্মিণ। নৈশ বাছত গোপনে ডি জে ব্ৰাহ্মিণে কঢ়িয়াইছিল ড্ৰাগছ। লখিমপুৰৰ পৰা গুৱাহাটীৰ পৰা আহি থকা বাছত চলিছিল অভিযান। বৰ্তমান ডি জে ব্ৰাহ্মিণক সোণাপুৰ থানালৈ লৈ যোৱা হৈছে।



সোণাপুৰত চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ব্ৰাহ্মিণৰ গাড়ীত অভিযান চলাই জব্দ কৰে বৃহত্‍ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য খিনি। কিন্তু এতিয়া ডি জে ব্ৰাহ্মিণ ওৰফে দেৱাশীষ বৰুৱাই জনোৱা মতে, এজন লোকে আনিবলৈ কোৱা কাৰণে তেওঁ লৈ আহিছিল। কিন্তু সেয়া ড্ৰাগছ আছিল বুলি তেওঁ অৱগত নহয়।’
Published by: Himangshu Bhuyan
First published: November 21, 2020, 8:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading