হাতত ঝাড়ু লৈ পথ চাফা কৰা যান–বাহন আৰক্ষীৰ বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই

৬ অক্টোবৰৰ নিশা মহানগৰীৰ দঁতালপাৰাত এক দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰিছিল দুয়োজনে।

News18-Assam
Updated:October 11, 2019, 2:01 PM IST
হাতত ঝাড়ু লৈ পথ চাফা কৰা যান–বাহন আৰক্ষীৰ বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই
৬ অক্টোবৰৰ নিশা মহানগৰীৰ দঁতালপাৰাত এক দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰিছিল দুয়োজনে।
News18-Assam
Updated: October 11, 2019, 2:01 PM IST
মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ দুই বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই। অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰক সম্বৰ্ধনা। ৬ অক্টোবৰৰ নিশা মহানগৰীৰ দঁতালপাৰাত এক দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰিছিল দুয়োজনে। ফটাশিল আমবাৰী থানাত কৰ্মৰত দুয়োজন আৰক্ষী বিষয়া। স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই ব্যৱস্থাৰ বাবে দুয়োগৰাকীকে সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি