বৃহস্পতিবাৰে ২৪ ঘন্টীয়া চকা বন্ধ, ভাড়া বৃদ্ধিৰ দাবীত বন্ধৰ আহ্বান

আহ্বান জনালে ব্যৱসায়িক বাহন গৰাকী সন্থাই

News18-Assam
Updated:October 2, 2019, 8:46 PM IST
বৃহস্পতিবাৰে ২৪ ঘন্টীয়া চকা বন্ধ, ভাড়া বৃদ্ধিৰ দাবীত বন্ধৰ আহ্বান
Source-Google
News18-Assam
Updated: October 2, 2019, 8:46 PM IST
আৰম্ভ  হৈছে উৎসৱৰ বতৰ। শাৰদীয় দুৰ্গোৎসৱৰ উচাহ আনন্দত আত্মহাৰা সমগ্ৰ ৰাজ্যবাসী। উৎসৱৰ বতৰৰ মাজতে বৃহস্পতিবাৰে ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে ব্যৱসায়িক বাহন গৰাকী সন্থাই। ফলত বৃহস্পতিবাৰৰ দিনটোত বন্ধ থাকিব সকলো বানিজ্যিক যাত্ৰীবাহী বাহন। পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত বাহনত ভাড়া বৃদ্ধি কৰাৰ দাবীত এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি