কাইলৈ দিনটোত বন্ধ থাকিব সকলো সুৰাৰ বিপণী
কাইলৈ অৰ্থাত্ শনিবাৰে গুৱাহাটী মহাীনগৰীত ড্ৰেই দে’ ঘোষণা কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ দিনটোক ড্ৰাই দে’ ঘোষণা কৰিছে মহানগৰ প্ৰশাসনে।
কাইলৈ দিনটোত বন্ধ থাকিব সকলো সুৰাৰ বিপণী। সেইদৰে কাইলৈৰ দিনটোত সুৰাৰ বিক্ৰী, বিতৰণ সম্পূৰ্ণ ৰূপে নিষেধ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|