• Home
  • »
  • News
  • »
  • assam
  • »
  • শনিবাৰে গুৱাহাটী মহানগৰত ড্ৰাই দে’ ঘোষণা, পিছে কিয়?

শনিবাৰে গুৱাহাটী মহানগৰত ড্ৰাই দে’ ঘোষণা, পিছে কিয়?

Source-Google

Source-Google

কাইলৈ দিনটোত বন্ধ থাকিব সকলো সুৰাৰ বিপণী

  • Share this:
কাইলৈ অৰ্থাত্‍ শনিবাৰে গুৱাহাটী মহাীনগৰীত ড্ৰেই দে’ ঘোষণা কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্‍সৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ দিনটোক ড্ৰাই দে’ ঘোষণা কৰিছে মহানগৰ প্ৰশাসনে।



কাইলৈ দিনটোত বন্ধ থাকিব সকলো সুৰাৰ বিপণী। সেইদৰে কাইলৈৰ দিনটোত সুৰাৰ বিক্ৰী, বিতৰণ সম্পূৰ্ণ ৰূপে নিষেধ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published: