• Home
  • »
  • News
  • »
  • assam
  • »
  • Toll Tax Hike: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ১ এপ্ৰিলৰ পৰা বাঢ়িব টোল টেক্স, আকৌ জনতাৰ মূৰত ডাবল-ট্ৰিপল মাধমাৰ...

Toll Tax Hike: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ১ এপ্ৰিলৰ পৰা বাঢ়িব টোল টেক্স, আকৌ জনতাৰ মূৰত ডাবল-ট্ৰিপল মাধমাৰ...

Toll Tax Hike: অহা  ১ এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত টোল গেটত মাছুল দিব লাগিব ৰাইজে। ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণে এই নিৰিখ ১৫ শতাংশ বৃদ্ধি কৰিছে।

  • Share this:
পেট্ৰ'লে (Petrol-Diesel Price) অসমত চেঞ্চুৰী কোবোৱাৰ সময়তে জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধই কৰা হৈছে টোল গেটৰ (Tol Tax) মাছুল। অহা  ১ এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত টোল গেটত মাছুল দিব লাগিব ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) এই নিৰিখ ১৫ শতাংশ বৃদ্ধি কৰিছে।

১ এপ্ৰিলৰ পৰা টোল গে’টেৰে গ’লে ভৰিব লাগিব অধিক কৰ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গে’টৰ মাচুল বৃদ্ধি। গলিয়া, মান্দেৰদিছা, মিকিৰআটি গে’টতো বাঢ়িত টোল কৰ।
নতুন নিৰিখ অনুসৰি প্ৰতিখন সৰু গাড়ীয়ে এবাৰ পাৰ হ'লে তলত দিয়া ধৰণে টোল গেটত মাছুল পৰিশোধ কৰিব লাগিব।

ৰহা টোল গেটত ৯৫ৰ ঠাইত ১১০ টকা
সোণাপুৰ টোলগেটত ১১৫ৰ ঠাইত ১৩০ টকা
মদনপুৰ টোল গেটত ১১০ৰ ঠাইত ১২৫ টকা
মান্দেৰদিছা টোল গেটত ১০০ টকা
ডবকাৰ মিকিৰআটি টোল গেটত ৭৫ টকাৰ ঠাইত ৯০ টকা

উল্লেখ্য যে ৰাজ্যত আৰু কেইবাঠাইতো নতুন টোলগেট (Tollgate)স্থাপনৰ কাম চলি আছে।
Published by:Manjumoni Borah
First published: