• Home
  • »
  • News
  • »
  • assam
  • »
  • Toll Tax Hike : ১ এপ্ৰিলৰ পৰা বাঢ়িব টোল টেক্স, এবাৰ পাৰ হ’লে কিমান দিব লাগিব জানি লওক

Toll Tax Hike : ১ এপ্ৰিলৰ পৰা বাঢ়িব টোল টেক্স, এবাৰ পাৰ হ’লে কিমান দিব লাগিব জানি লওক

পেট্ৰ’ল–ডিজেল–ৰন্ধন গেছৰ পিছত এইবাৰ আন এক মাধমাৰ জনতাৰ মূৰত।

পেট্ৰ’ল–ডিজেল–ৰন্ধন গেছৰ পিছত এইবাৰ আন এক মাধমাৰ জনতাৰ মূৰত।

পেট্ৰ’ল–ডিজেল–ৰন্ধন গেছৰ পিছত এইবাৰ আন এক মাধমাৰ জনতাৰ মূৰত।

  • Share this:
১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোল টেক্স। বৰ্ধিত হাৰত টোল গেটত মাছুল দিব লাগিব ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৫ শতাংশ বৃদ্ধি কৰিছে টোলৰ নিৰিখ। পেট্ৰ’ল–ডিজেল–ৰন্ধন গেছৰ পিছত এইবাৰ আন এক মাধমাৰ জনতাৰ মূৰত।

১ এপ্ৰিলৰ পৰা টোল গে’টেৰে গ’লে ভৰিব লাগিব অধিক কৰ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গে’টৰ মাচুল বৃদ্ধি। গলিয়া, মান্দেৰদিছা, মিকিৰআটি গে’টতো বাঢ়িত টোল কৰ।

নতুন নিৰিখ অনুসৰি প্ৰতিখন সৰু গাড়ীয়ে এবাৰ পাৰ হ'লে তলত দিয়া ধৰণে টোল গেটত মাছুল পৰিশোধ কৰিব লাগিব।
 – ৰহা টোল গেটত ৯৫ৰ ঠাইত ১১০ টকা
– সোণাপুৰ টোল গেটত ১১৫ৰ ঠাইত ১৩০ টকা
– মদনপুৰ টোল গেটত ১১০ৰ ঠাইত ১২৫ টকা
– মান্দেৰদিছা টোল গেটত ১০০ টকা
– ডবকাৰ মিকিৰআটি টোল গেটত ৭৫ টকাৰ ঠাইত ৯০ টকা
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি