অসমলৈ ৰাহুল গান্ধী, CAA বিৰোধী আন্দোলনৰ দুগৰাকী শ্বহীদৰ ঘৰলৈও যাব ৰাহুল গান্ধী

News18 Assam | News18-Assam
Updated:December 28, 2019, 10:24 AM IST
অসমলৈ ৰাহুল গান্ধী, CAA বিৰোধী আন্দোলনৰ দুগৰাকী শ্বহীদৰ ঘৰলৈও যাব ৰাহুল গান্ধী
দিনৰ ১ বজাত আহি গুৱাহাটী পাবহি ৰাহুল গান্ধী

দিনৰ ১ বজাত আহি গুৱাহাটী পাবহি ৰাহুল গান্ধী

  • News18 Assam
  • Last Updated: December 28, 2019, 10:24 AM IST
  • Share this:
আজি অসমলৈ আহিব ৰাহুল গান্ধী। দিনৰ ১ বজাত আহি গুৱাহাটী পাবহি ৰাহুল গান্ধী। CAA বিৰুদ্ধে খানাপাৰাত গণ সমাৱেশ ভাগ ল’ব ৰাহুল গান্ধীয়ে। দিনৰ ১:১০ বজাত জনতাৰ উদ্দেশ্যে ভাষণ আগবঢ়াব কংগ্ৰেছৰ সাংসদগৰাকীয়ে। । গুৱাহাটীত থকা দুগৰাকী শ্বহীদৰ ঘৰতো উপস্থিত হ’ব ৰাহুল গান্ধী। বিয়লি ৫ বজাত পুনৰ দিল্লীলৈ উভতিব ৰাহুল গান্ধী।
Published by: Himangshu Bhuyan
First published: December 28, 2019, 10:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading