ৰাজ্যত কোৰোণাৰ কালৰূপ! বুধবাৰৰ দিনটোতে মৃত্যুক সাৱটিলে ৫৫ জনকৈ ৰোগীয়ে, নতুনকৈ আক্ৰান্ত হ'ল ৪,৮২৬ জন লোক

News18 Assam | News18-Assam
Updated:May 5, 2021, 9:58 PM IST
ৰাজ্যত কোৰোণাৰ কালৰূপ! বুধবাৰৰ দিনটোতে মৃত্যুক সাৱটিলে ৫৫ জনকৈ ৰোগীয়ে, নতুনকৈ আক্ৰান্ত হ'ল ৪,৮২৬ জন লোক
এই তথ্য টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই তথ্য টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:

  • ৰাজ্যত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

  • কেৱল বুধবাৰৰ দিনটোতে নতুনকৈ কোৰোণাত আক্ৰান্ত হ'ল ৪,৮২৬ জন লোক।


  • আজিৰ দিনটোত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ৫৫গৰাকী ৰোগীয়ে।

  • বুধবাৰে সৰ্বমুঠ  ৫২,০৭৪ জন লোকৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

  • কেৱল গুৱাহাটী মহানগৰীতে কোৰোণাত আক্ৰান্ত হ'ল ১,৩৮৩ জন লোকে।

  • এই তথ্য টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


Published by: Himangshu Bhuyan
First published: May 5, 2021, 9:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি