তিনিচুকীয়াৰ শোকাৱহ দুৰ্ঘটনাঃ মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি

দুৰ্ঘটনাটোৰ পিছত গৌৰৱ দে’ নামৰ ইন’ভা চালকজনক উপস্থিত ৰাইজে উত্তম মাধ্যম সোধায়

News18-Assam
Updated:September 28, 2019, 6:12 PM IST
তিনিচুকীয়াৰ শোকাৱহ দুৰ্ঘটনাঃ মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি
দুৰ্ঘটনাটোৰ পিছত গৌৰৱ দে’ নামৰ ইন’ভা চালকজনক উপস্থিত ৰাইজে উত্তম মাধ্যম সোধায়
News18-Assam
Updated: September 28, 2019, 6:12 PM IST
ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। মহালয়াৰ দিনাই পুৱা চিনিচুকীয়াত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা। পুৱা এখন দ্ৰুতবেগী ইনভাই মহালয়ালৈ অহা  ১০ গৰাকী লোকক মহতিয়াই নিয়ে । ঘটনাৰ ফলত থিতাতে নিহত হয় দুগৰাকী লোক। গুৰুতৰভাৱে আহত ৮ জন লোক। আহত সকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS03 H 2223।

 
আৰু চাওক পৰৱৰ্তী বাতৰি