তিনিচুকীয়াত সাংবাদিকক আক্ৰমণ, কাঢ়ি নিয়ে ম’বাইল ফোন

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰীক

News18-Assam
Updated:October 30, 2019, 10:17 PM IST
তিনিচুকীয়াত সাংবাদিকক আক্ৰমণ, কাঢ়ি নিয়ে ম’বাইল ফোন
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰীক
News18-Assam
Updated: October 30, 2019, 10:17 PM IST
তিনিচুকীয়াত পুনৰ সাংবাদিকক আক্ৰমনৰ ঘটনা। তিনিচুকীয়া ন পুখুৰীত এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ  সাংবাদিক হিৰণময় মৰাণক আক্ৰমন কৰে দুৰ্বৃত্তই | নিশা কৰ্তব্য শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাত আক্ৰমণ কৰে সাংবাদিকজনক। ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে অৰ্জুন মাহাতু আৰু ভীম মাহাতু নামৰ দুই আক্ৰমনকাৰীক | টাই আহোম ছাত্ৰ সন্থাৰ ডুমডুমা শাখাৰ সাধাৰন সম্পাদক চিম্ময় ফুকনকো ৰডৰে প্ৰহাৰ |
আৰু চাওক পৰৱৰ্তী বাতৰি