• Home
  • »
  • News
  • »
  • assam
  • »
  • টিংখাঙত অঘটনঃ ধুমুহাত উভালি পৰিল প্ৰকাণ্ড বাঁহ গছ, কৰুণ মৃত্যুক সাৱটিলে তিনিগৰাকী মহিলাই

টিংখাঙত অঘটনঃ ধুমুহাত উভালি পৰিল প্ৰকাণ্ড বাঁহ গছ, কৰুণ মৃত্যুক সাৱটিলে তিনিগৰাকী মহিলাই

মানুহৰ বিহুৰ দিনাই টিংখাঙত অঘটন।

মানুহৰ বিহুৰ দিনাই টিংখাঙত অঘটন।

মানুহৰ বিহুৰ দিনাই টিংখাঙত অঘটন।

  • Share this:

  • টিংখাঙৰ খেৰণিত ভয়ংকৰ অঘটন।

  • শুকুৰবাৰে বিয়লি অহা এজাক ধুমুহাত এজোপা প্ৰকাণ্ড বাঁহ গছ উভালি তিনিগৰাকী মহিলাৰ কৰুণ মৃত্যু। এগৰাকী গুৰুতৰভাৱে আহত ।

  • কৱৰস্থান চাফ চিকুণ কৰি থকা অৱস্থাত হঠাতে শিল বৰষুণ, ধুমুহা অহাত বাঁহ গছ জোপাৰ তলত আশ্ৰয় লৈছিল চাৰিগৰাকী যুৱতী, মহিলাই।

  • মহিলাযুৱতী কেইগৰাকী নাম মণিকা ধান (১৮) লাবন্য হৰ (১২) এনি কুজুৰ (২৭) কুৱাৰী বেংৰা (৩৫) বুলি জানিব পৰা গৈছে।

  • ইয়াৰে তিনি গৰাকী ঘটনাস্থলীতে মৃত্যু এগৰাকী অৱস্থা সংকটজনক ।

  • আহত মহিলাগৰাকীক ততাতৈয়াকৈ ৰাজগড় সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Published by:Himangshu Bhuyan
First published: