TIKTOKএ দিছে উপাৰ্জনৰ পথ, আপুনিও এই উপায়েৰে লওক সুবিধা

News18 Assam | News18-Assam
Updated:December 21, 2019, 1:25 PM IST
TIKTOKএ দিছে উপাৰ্জনৰ পথ, আপুনিও এই উপায়েৰে লওক সুবিধা
Tiktok এপ ব্যৱহাৰ কৰিও এতিয়া উপাৰ্জন কৰিব পৰা যায়। মানদণ্ড আৰু ফ’লৱাৰৰ আধাৰত ইতিমধ্যে লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন।

Tiktok এপ ব্যৱহাৰ কৰিও এতিয়া উপাৰ্জন কৰিব পৰা যায়। মানদণ্ড আৰু ফ’লৱাৰৰ আধাৰত ইতিমধ্যে লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন।

  • Share this:
TIKTOK এতিয়া সৰ্বত্ৰ জনপ্ৰিয়। টিকটৰ জৰিয়তে এতিয়া বহুতে লাভ কৰিছে জনপ্ৰিয়তা।  টিকটকে দিছে উপাৰ্জনৰ পথ। যদিও কেৱল মনোৰঞ্জনৰ কাৰণে টিকটক ব্যৱহাৰ কৰা হৈছিল কিন্তু এতিয়া ঘৰত বহিয়েই টিকটকৰ জৰিয়তে কৰক উপাৰ্জন।

কিদৰে টিকটকৰ জৰিয়তে কৰিব উপাৰ্জন?

ভিডিঅ’ নিৰ্মাণৰ মানদণ্ড আৰু ফ’লৱাৰৰ আধাৰত লাভ কৰিব টকা। যেতিয়া আপোনাৰ একাউণ্টত অধিক লোক জড়িত হৈ পৰিব, তেতিয়া আপুনি বিজ্ঞাপনৰ বাবে কোনো ব্ৰেণ্ড বা প্ৰডাক্ট কোম্পানীৰ সৈতে এই বিষয়ে কথা পাতিব পাৰিব। টিকটকে ইতিমধ্যে নিজৰ ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিছে এই সুবিধা।
আৰু চাওক
পৰৱৰ্তী বাতৰি