• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati : নৰকাসুৰ পাহাৰৰ টি ভি টাৱাৰৰ পথত উদ্ধাৰ বাঘৰ পোৱালি

Guwahati : নৰকাসুৰ পাহাৰৰ টি ভি টাৱাৰৰ পথত উদ্ধাৰ বাঘৰ পোৱালি

বাঘৰ পোৱালিটো গাড়ীৰ আগত পৰি মৃত্যুমুখত পৰে

বাঘৰ পোৱালিটো গাড়ীৰ আগত পৰি মৃত্যুমুখত পৰে

বাঘৰ পোৱালিটো গাড়ীৰ আগত পৰি মৃত্যুমুখত পৰে

  • Share this:
নৰকাসুৰ পাহাৰৰ টি ভি টাৱাৰৰ পথত উদ্ধাৰ হয় এটা বাঘৰ পোৱালি। মৃত অৱস্থাত পোৱা বাঘৰ পোৱালিটো দেখি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

সন্দেহ কৰা মতে বাঘৰ পোৱালিটো গাড়ীৰ আগত পৰি মৃত্যুমুখত পৰে।  মৃত পোৱালিটো প্ৰশাসনে চমজি লয়।  
Published by:Gautam Barman
First published: