কোকৰাঝাৰত শোকাৱহ ঘটনা। বজ্ৰ পৰি দুজনৰ মৃত্যু

দুজনৰ চিকিত্সাধীন অৱস্থাতে মৃত্যু ঘটে, মৃত্যুৰে যুঁজি আছে ৪জনে

news18assam
Updated:May 11, 2019, 10:01 AM IST
কোকৰাঝাৰত শোকাৱহ ঘটনা। বজ্ৰ পৰি দুজনৰ মৃত্যু
দুজনৰ চিকিত্সাধীন অৱস্থাতে মৃত্যু ঘটে, মৃত্যুৰে যুঁজি আছে ৪জনে
news18assam
Updated: May 11, 2019, 10:01 AM IST
কোকৰাঝাৰত শোকাৱহ ঘটনা। বজ্ৰপাতত দুজনৰ মৃত্যু, আহত দুজন এতিয়া হাস্পতালত চিকিত্সাধীন অৱস্থাত। জিলাখনৰ তাকুমপুৰ অঞ্চলত বজ্ৰ পৰি শিশুসহ আহত হয় ৬জন। ইয়াৰে দুজনৰ চিকিত্সাধীন অৱস্থাতে মৃত্যু ঘটে, মৃত্যুৰে যুঁজি আছে ৪জনে। মৃত দুজন ক্ৰমে নৰেশ্বৰ বসুমতাৰী আৰু লখন বাস।
আৰু চাওক পৰৱৰ্তী বাতৰি