• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙাত একে গাঁৱৰে তিনিজনে লাভ কৰিলে অসম আৰক্ষীৰ কমাণ্ডো চাকৰি

কাজিৰঙাত একে গাঁৱৰে তিনিজনে লাভ কৰিলে অসম আৰক্ষীৰ কমাণ্ডো চাকৰি

খেতি কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালকেইটাৰ যুৱককেইজনৰ সফলতাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।

  • Share this:
কাজিৰঙাত একে গাঁৱৰে তিনিজনে লাভ কৰিলে অসম আৰক্ষীৰ কমাণ্ডো চাকৰি।
অসম আৰক্ষীৰ কমাণ্ডো  নিযুক্তিৰ ফলাফলত জিলিকিল কাজিৰঙাৰ পিছপৰা  বৰবিল মিচিং গাঁৱৰ তিনি যুৱক।

গাঁওখনৰ একেটা পৰিয়াল দুজনে লাভ কৰিলে কমাণ্ডো চাকৰি। খুড়াক আৰু ভতিজাকে লাভ কৰিলে চাকৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া অতি পিছপৰা বৰবিল মিচিং গাঁৱৰ ভৱেশ চাৰহ, বিকাশ কাৰ্ডং আৰু ৰাজ কাৰ্ডঙে অসম আৰক্ষীৰ কামণ্ডো চাকৰি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী।

বিকাশ কাৰ্ডং আৰু ৰাজ কাৰ্ডং হৈছে খুড়াক আৰু ভতিজাক।খেতি কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালকেইটাৰ যুৱককেইজনৰ সফলতাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হোৱাৰ বাবে দৰিদ্ৰ যুৱক–যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে যুৱককেইজনে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি