
ঘটনা সংক্ৰান্তত ডংকামোকাম পহৰাচকীত এজাহাৰ দাখিল কৰে অভিভাৱকে।
ঘটনা সংক্ৰান্তত ডংকামোকাম পহৰাচকীত এজাহাৰ দাখিল কৰে অভিভাৱকে।
পশ্চিম কাৰ্বি আংলং জিলাত তিনি ছাত্ৰী নিৰুদ্দেশ। বিদ্যালয়লৈ যোৱাৰ পিছৰ পৰা নিৰুদ্দেশ হয় তিনি ছাত্ৰী। ছাত্ৰী তিনিগৰাকী হৈছে চিথুঙলাংচু গাঁও নিবাসী ভচকাইদা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাৰলী টেৰনপী, আৰটুকেকাং হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাৰমিলি তেৰাংপি আৰু ডংকামোকাম ছোৱালী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ মেৰিগ'ল্ড হাঞ্চেপি।
ঘটনা সংক্ৰান্তত ডংকামোকাম পহৰাচকীত এজাহাৰ দাখিল কৰে অভিভাৱকে। উল্লেখ্য,
১৯ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে তিনিওগৰাকী ছাত্ৰী।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|