নগাঁও আৰক্ষীৰ জালত পৰে তিনিজনকৈ দুধৰ্ষ ডকাইত।
যোৱা নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মফিজুল ইছলাম, আইনুদ্দিন আৰু টুৰা আলী নামৰ তিনিজন দুধৰ্ষ ডকাইত।
![]()
উল্লেখযোগ্য যে, ডকাইতকেইজনৰ সৈতে আৰক্ষীয়ে জব্দ কৰে ৩০৩ পিষ্টলসহ ২জাঁই সজীৱ গুলি আৰু নগদ ধন।
![]()
হয়বৰগাঁও আৰক্ষীৰ নেতৃত্বত এই অভিযান চলিছিল বুলি জানিব পৰা গৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|