• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাওঁ আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ তিনিজনকৈ দুধৰ্ষ ডকাইত

নগাওঁ আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ তিনিজনকৈ দুধৰ্ষ ডকাইত

উল্লেখযোগ্য যে, ডকাইতকেইজনৰ সৈতে আৰক্ষীয়ে জব্দ কৰে ৩০৩ পিষ্টলসহ ২জাঁই সজীৱ গুলি আৰু নগদ ধন।

  • Share this:
নগাঁও আৰক্ষীৰ জালত পৰে তিনিজনকৈ দুধৰ্ষ ডকাইত।

যোৱা নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মফিজুল ইছলাম, আইনুদ্দিন আৰু টুৰা আলী নামৰ তিনিজন দুধৰ্ষ ডকাইত।

উল্লেখযোগ্য যে, ডকাইতকেইজনৰ সৈতে আৰক্ষীয়ে জব্দ কৰে ৩০৩ পিষ্টলসহ ২জাঁই সজীৱ গুলি আৰু নগদ ধন।

হয়বৰগাঁও আৰক্ষীৰ নেতৃত্বত এই অভিযান চলিছিল বুলি জানিব পৰা গৈছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি