ৰাজ্যত পুনৰ তিনিজনৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছ, মুঠ আক্ৰান্তৰ সংখ্যা ৬২লৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 9, 2020, 10:42 PM IST
ৰাজ্যত পুনৰ তিনিজনৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছ, মুঠ আক্ৰান্তৰ সংখ্যা ৬২লৈ বৃদ্ধি
সাৱধান।! এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা

সাৱধান।! এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা

  • Share this:
সাৱধান।! এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা। নতুনকৈ অসমত তিনিজনৰ দেহত পোৱা গৈছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। তাৰে এজন এম্বুলেঞ্চৰ ড্ৰাইভাৰ আৰু দুজনৰ ঘৰ যোৰহাটত।

মুম্বাইৰ পৰা এখন এম্বুলেঞ্চত আহিছিল তিনিওজন।  ইফালে কোৰোণা পজিটিভ এম্বুলেঞ্চৰ ড্ৰাইভাৰজন ইতিমধ্যে উভতি গৈছে মুম্বাইলৈ। বৰ্তমান যোৰহাটৰ কোৰোণাত আক্ৰান্ত দুয়োজন যোৰহাট চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত চিকিত্‍সাধীন হৈ আছে।
First published: May 9, 2020, 10:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি