দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে দুৰ্গাৰ প্ৰতিমা, তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ

শাৰদীয় দুৰ্গা পজাৰ আনন্দ উল্লাসৰ মাজতে দুষ্কৃতিকাৰীয়ে লণ্ড ভণ্ড কৰিলে দুৰ্গাৰ প্ৰতিমা

News18-Assam
Updated:October 7, 2019, 6:59 PM IST
দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে দুৰ্গাৰ প্ৰতিমা, তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ
শাৰদীয় দুৰ্গা পজাৰ আনন্দ উল্লাসৰ মাজতে দুষ্কৃতিকাৰীয়ে লণ্ড ভণ্ড কৰিলে দুৰ্গাৰ প্ৰতিমা
News18-Assam
Updated: October 7, 2019, 6:59 PM IST
দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে অৰুণাচলত সংঘটিত হৈছে অবাঞ্ছিত ঘটনা। কোনো দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে দুৰ্গাৰ প্ৰতিমা। ঘটনাটো সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাত। এখন পূজা মণ্ডপত ষষ্ঠী আৰু সপ্তমীৰ দিনা দুঠাইত লণ্ড ভণ্ড কৰে প্ৰতিমা। ঘটনাটোৰ পিছতে স্থনীয় আৰক্ষীচকীত এজাহাৰ দাখিল কৰে স্থানীয় লোকে। পিছত আৰক্ষীয়ে তদন্ত চলাই প্ৰতিমা লণ্ডভণ্ড কৰাৰ অভিযোগত  তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। তিনিজন অভিযুক্তৰ ভিতৰত এজন হৈছে নাৱালক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি