• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিচুকীয়াৰ কয়লা খনিত নিহত ৩ শ্ৰমিক, আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত

তিনিচুকীয়াৰ কয়লা খনিত নিহত ৩ শ্ৰমিক, আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত

গেছ নিৰ্গত হৈ নিহত শ্ৰমিক তিনিজন। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে।

গেছ নিৰ্গত হৈ নিহত শ্ৰমিক তিনিজন। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে।

গেছ নিৰ্গত হৈ নিহত শ্ৰমিক তিনিজন। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে।

  • Share this:
তিনিচুকীয়াৰ কয়লাখনিত নিহত ৩ শ্ৰমিক। গেছ নিৰ্গত হৈ নিহত শ্ৰমিক তিনিজন। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে। নিহত বঙাইগাঁৱৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰাৰ বগুৱানৰ আছমত আলী।

এই ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ডিভিড নাগাৰ কয়লাখনিত এই দুৰ্ঘটনা সংঘটিত হয়। নিশা গোপনে মৃতদেহ পুতি থোৱাৰ অভিযোগ পৰিয়ালৰ। সমগ্ৰ ঘটনা কয়লা খনিৰ মালিকে গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ।
Published by:Sanjay Kumar Das
First published: