মাৰ্ঘেৰিটাত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন, ডাম্পাৰে মহতিয়াই নিলে দুখন বাইকক

News18 Assam | News18-Assam
Updated:December 24, 2019, 3:53 PM IST
মাৰ্ঘেৰিটাত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন, ডাম্পাৰে মহতিয়াই নিলে দুখন বাইকক
আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।

আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।

  • Share this:
মাৰ্ঘেৰিটাৰ লেখাপানীৰ বামা কেম্পত ভয়ংকৰ দুৰ্ঘটনা। শিল পৰিবাহী ডাম্পাৰে মহতিয়াই নিলে দুখনকৈ বাইকক। এই দুৰ্ঘটনাত থিতাতে নিহত তিনিজন বাইক আৰোহী। আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত। আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি