ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত তিনিজন

দুয়োখন বাইকত আহিছিল তিনিজনকৈ যুৱক। আহতকেইজনক সংকটজনক অৱস্থাত তিনিচুকীয়া লৈ প্ৰেৰণ কৰা হয়।

News18-Assam
Updated:October 4, 2019, 8:35 AM IST
ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত তিনিজন
দুয়োখন বাইকত আহিছিল তিনিজনকৈ যুৱক। আহতকেইজনক সংকটজনক অৱস্থাত তিনিচুকীয়া লৈ প্ৰেৰণ কৰা হয়।
News18-Assam
Updated: October 4, 2019, 8:35 AM IST
ডিগবৈত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ বগাপানীত দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় তিনিজন যুৱক। আন তিনিজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। নিহত যুৱককেইজন বগাপানীৰ হেৰি মুণ্ডা, পুটলা নায়ক আৰু ৰোহিত কৰ্মকাৰ৷ আহত দুজনৰ নাম বকৰাই মুড়া আৰু পানটিং কেৰকেটা৷ আহত আনজনৰ নাম জানিব পৰা হোৱা নাই। দুয়োখন বাইকত আহিছিল তিনিজনকৈ যুৱক। আহতকেইজনক সংকটজনক অৱস্থাত তিনিচুকীয়া লৈ প্ৰেৰণ কৰা হয়।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি