যোৱানিশা শালবাৰী দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ বৃহৎ জাকে চলায় উপদ্ৰৱ। ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তিনিগৰাকীকৈ লোকক আক্রমণ কৰি নিহত কৰে।
যোৱানিশা শালবাৰী দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ বৃহৎ জাকে চলায় উপদ্ৰৱ। ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তিনিগৰাকীকৈ লোকক আক্রমণ কৰি নিহত কৰে।
গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰে তিনিজন লোক। মৃত লোককেইগৰাকী শালবাৰী দ্বিতীয় খণ্ড গাঁৱৰ মোমিন আলী মোল্লা (৭৫), জহুৰা বিবি(৬৬) আৰু সমীৰন বিবি (৫০)। যোৱানিশা শালবাৰী দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ বৃহৎ জাকে চলায় উপদ্ৰৱ। ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তিনিগৰাকীকৈ লোকক আক্রমণ কৰি নিহত কৰে।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে হাতী–মানুহৰ সংঘাত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|