உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰে তিনিজন নিহত

    গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰে তিনিজন নিহত

    যোৱানিশা শালবাৰী দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ বৃহৎ জাকে চলায় উপদ্ৰৱ। ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তিনিগৰাকীকৈ লোকক আক্রমণ কৰি নিহত কৰে।

    • Share this:
    গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰে তিনিজন লোক। মৃত লোককেইগৰাকী শালবাৰী দ্বিতীয় খণ্ড গাঁৱৰ মোমিন আলী মোল্লা (৭৫), জহুৰা বিবি(৬৬) আৰু সমীৰন বিবি (৫০)। যোৱানিশা শালবাৰী দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ বৃহৎ জাকে চলায় উপদ্ৰৱ। ঘৰ–দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তিনিগৰাকীকৈ লোকক আক্রমণ কৰি নিহত কৰে।

    এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে হাতী–মানুহৰ সংঘাত।
    Published by:Sanjay Kumar Das
    First published: