যোৰহাটত ভয়ংকৰ দুৰ্ঘটনা, কইনা চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু ২ মহিলাসহ তিনিজনৰ

এই দুৰ্ঘটনাত আহত হয় আন ৪জন লোক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে JMCHত।

news18assam
Updated:June 12, 2019, 10:36 AM IST
যোৰহাটত ভয়ংকৰ দুৰ্ঘটনা, কইনা চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু ২ মহিলাসহ তিনিজনৰ
এই দুৰ্ঘটনাত আহত হয় আন ৪জন লোক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে JMCHত।
news18assam
Updated: June 12, 2019, 10:36 AM IST
যোৰহাটৰ বাইপাইছত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাক আৰু বলেৰ’ৰ সংঘৰ্ষত নিহত হয় দুগৰাকী মহিলাৰ লগতে আন এজন লোক। মৃত ৰবীন্দ্ৰ শ্বাহ, উৰ্মিলা শ্বাহ আৰু প্ৰভাৱতী দেৱী। ভোগদৈ দলঙৰ সমীপত পুৱতিনিশা সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত আহত হয় আন ৪জন লোক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে JMCHত। আহতসকলৰ তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বলেৰ’খনৰ আৰোহীসকল কইনা চাবলৈ সোণাপুৰৰ পৰা মৰাণলৈ যোৱা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
আৰু চাওক পৰৱৰ্তী বাতৰি