চন্দ্ৰপুৰত ফুৰিবলৈ আহি ব্ৰহ্মপুত্ৰত জঁপিয়ালে তিনি শিক্ষাৰ্থীয়ে

৫গৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ আহিছিল সেই স্থানলৈ। ঘটনাস্থলীত উপস্থিত হৈছে প্ৰাগজ্যোতিষপুৰ আৰক্ষী।

news18assam
Updated:June 10, 2019, 5:05 PM IST
চন্দ্ৰপুৰত ফুৰিবলৈ আহি ব্ৰহ্মপুত্ৰত জঁপিয়ালে তিনি শিক্ষাৰ্থীয়ে
৫গৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ আহিছিল সেই স্থানলৈ। ঘটনাস্থলীত উপস্থিত হৈছে প্ৰাগজ্যোতিষপুৰ আৰক্ষী।
news18assam
Updated: June 10, 2019, 5:05 PM IST
চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰত জাঁপ দিলে তিনিগৰাকী শিক্ষাৰ্থীয়ে। চন্দ্ৰপুৰ কলেজৰ এগৰাকী ছাত্ৰীসহ ব্ৰহ্মপুত্ৰত জঁপিয়ালে জাগীৰোড কলেজৰ ভাৰ্গব ডেকা আৰু ৰঞ্জন ডেকা নামৰ দুই শিক্ষাৰ্থীয়ে। তাঁতীমাৰাৰ তপোবনত সংঘটিত হৈছে এই ঘটনা। ৫গৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ আহিছিল সেই স্থানলৈ। ঘটনাস্থলীত উপস্থিত হৈছে প্ৰাগজ্যোতিষপুৰ আৰক্ষী। প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ইতিমধ্যে উদ্ধাৰ হৈছে ৰঞ্জন ডেকাৰ মৃতদেহ।
আৰু চাওক পৰৱৰ্তী বাতৰি